SURYA NAMASKAR icon

SURYA NAMASKAR

9.2 for Android
3.0 | 5,000+ ইনস্টল করার সংখ্যা

NIRUD KUMAR DEKA EDUCATION

বিবরণ SURYA NAMASKAR

ভাৰতীয় বৈদিক নিয়ম অনুসৰি সূৰ্য নমস্কাৰ সূৰ্য দেৱতাৰ লগত সম্পৰ্কিত শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক শক্তি উন্নীতকৰণৰ এক শৃংখলাবদ্ধ আৰু পৰ্যায়ক্ৰমিক অভ্যাস শৈলী। সূৰ্য নমস্কাৰ সূৰ্য দেৱতাৰ সৈতে সম্পৰ্কিত আৰু আধ্যাত্মিক শক্তি বিকাশৰ এটা সুগম পথ। সূৰ্য হ’ল পৃথিৱীৰ সকলো উৎসৰে মূল শক্তি। সূৰ্যৰ উত্তাপৰ সৈতে আমাৰ শৰীৰৰ উত্তাপনৰ সম্পৰ্ক আছে। সেয়ে যোগ শাস্ত্ৰত সূৰ্য নমস্কাৰে আমাৰ শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ কৰে বুলি উল্লেখ আছে। ই এটা পূৰ্ণাংগ আৰু সৰ্বাংগ সুন্দৰ ব্যায়াম। ইয়াক বিভিন্ন ভংগীত কৰা হয়। আৰম্ভণিৰপৰা শেষলৈ সৰ্বমুঠ ১২ টা ভংগীত সূৰ্য নমস্কাৰ সমাপ্ত কৰা হয়। ইয়াৰ সহায়ত শৰীৰৰ সকলো পৰ্যায়ৰ ব্যায়াম সমাধান হয়। সূৰ্য নমস্কাৰত একেলগে আসন, প্ৰাণায়াম আৰু ধ্যানৰ সংমিশ্ৰণ ঘটে। ইয়াৰ প্ৰভাৱত আমাৰ শৰীৰত থকা প্ৰতিটো চক্ৰ সক্ৰিয় হৈ উঠে

তথ্য

  • বিভাগ:
    সাস্থ্য এবং সবলতা
  • বর্তমান ভার্সন:
    9.2
  • আপডেট করা হয়েছে:
    2019-03-10
  • সাইজ:
    6.0MB
  • Android প্রয়োজন:
    Android 4.0.3 or later
  • ডেভেলপার:
    NIRUD KUMAR DEKA EDUCATION
  • ID:
    app603234.gix
  • Available on: